0 00 4 yrs 111

তুমি যদি আকাশ হোৱা

মই পৃথিৱী হ’ব নোখোজো
আকাশ পৃথিৱী মিলন অবাস্তৱ
তাতোকৈ মই জোন হম
তৰা হ’ম
তোমাৰ বুকুতে শুম..
দীপ হেষ্টিংছ বৰি

Leave a Reply

Your email address will not be published. Required fields are marked *