0 00 3 yrs 231

ক’ৰোণা কালীন সময়তে গোলাঘাট দেৰগাঁৱত উদ্ধাৰ হয় এক মৃতদেহৰ ৷দেৰগাঁৱত বলিন হাজৰিকা(পাপা)(৩৮) নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ ৷যুৱক জনৰ ঘৰ দেৰগাঁও নাৰিকলৰ ৮নং ওৱাৰ্ডত ৷নিশা ৩বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ঘৰৰ মানুহে বিছাৰ কুচাৰ কৰাৰ পাছত দিনৰ ১বজাত ঘৰৰ পাছপিনে থকা পথাৰ এডৰাত এক আঠু পানীত পৰিতক্ত অৱস্থাত পোৱা যায় ৷পাছত গমপোৱা যায় যে ব্যক্তি জন মৃত বুলি ৷এতিয়া এই বিষয়টো ৰহস্য জনক হিছাপে আছে ৷মৃত্যুৰ সময়ত পৰিবাৰ,এজন পুত্ৰ এগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায় ৷

ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *