0 00 1 min 6 yrs 211
অতি শীঘ্ৰেই মুক্তি পাব প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান অভিনেতা আন্নাচ আলি অভিনীত এটা মিউজিক ভিডিঅ । যোৱা ১৪ ফেব্ৰুৱাৰী ভেলেন্টাইন ডেৰ দিনা ভিডিঅটোৰ দৃশ্যগ্ৰহণ সম্পন্ন হয় । ৰাজশেখৰে নৃত্য নিৰ্দেশনা কৰা উক্ত ভিডিঅটোৰ নায়িকাৰ ৰূপত আছে চুমি দাস । শীঘ্ৰেই আৰম্ভ হ’ব মৃদুল ডেকা দ্বাৰা সম্পাদনাৰ কাম ।

      আনহাতে গীতটো কথা আৰু সুৰেৰে সজাইছে জনপ্ৰিয় কণ্ঠ শিল্পী পৰেশ আকাশে । কণ্ঠদান কৰিছে পৰেশ আকাশ আৰু ঈক্ষিতা ৰাণীয়ে । জনপ্ৰিয় সঙ্গীত পৰিচালক দ্বীপকেশ বৰগোঁহাইৰ মন পৰশা সঙ্গীত সমৃদ্ধ উক্ত ভিডিঅটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব বুলি আশা কৰিব পাৰি ।
(ৰিম্পী গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *