0 00 1 min 3 yrs 220

নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত বাটমাৰী গাঁওৰ আব্দুল কাদিৰৰ পুতেক নজৰুল ইছলামৰ দুৰাৰোগ্য কৰ্কট ৰোগত আজি এবছৰ ধৰি ভুগি আহিছে আৰু গোটেই সম্পত্তি টকা পইচা খৰচ কৰিও সুফল লাভ কৰিব পৰা নাই এতিয়া অসম চৰকাৰৰ স্বাস্থ্য মন্তী হিমন্ত বিশ্ব শৰ্মা ,মৌলানা বদৰ উদ্দিন আজমল চাহাব, স্থানীয় বিধায়ক আমিনুল ইছলাম তথা কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেওঁৰ পত্নীৰ A/c:No:7246026059502 IFSC No:UTBI0RRAGB Bank সহায় আগবঢ়াব পাৰিব

Mobile NO:9864494515 স্থানীয় ৰাইজ তথা পৰিয়ালৰ কাতৰ আহ্বান
জুৰিয়াৰ পৰা ৰেজাউল ইছলাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *