0 00 1 min 4 yrs 189

জীৱনৰ অন্য এটা নাম

         তুমি, কবিতাৰ শিৰোনাম হৈ
তুমি জিলিকা মোৰ কবিতাত, 
              চম্পা, চন্দন হৈ সুগন্ধি
 বিলোৱা  মোৰ হৃদয়ত, নিৰ্লজ হৈ
         পৰোঁ, তোমাৰ প্ৰেমত পৰি।।।
ধূসৰ ধূসৰ লগা সপোনবোৰৰ
       মাজত তোমাক বিচাৰোঁ;
নিশাৰ চন্দ্রমা হৈ।।। ভগ্নাংশ ময়
       জীৱনৰ বৰ্তমান তুমি য়েই, 
সজীৱ সুতিঁ, অ’ত ত’ত পৰি ৰোৱা
          মৰমবোৰ বুটলি মই হৈ 
পৰিলোঁ তোমাৰ আজন্ম প্ৰেমিক। 
 জীৱনৰ অন্য এটা নাম।।।। 
         ।।।।।।।।।।।।।।।।।।।।।। 
নাম–শ্রী ৰশ্মি তামূলী, বনাই যোৰহাট, পিন নং—৭৮৫৬৮৩

Leave a Reply

Your email address will not be published. Required fields are marked *