0 00 1 min 6 yrs 123
 নতুন প্ৰতিভাৰ সন্ধানত Shivom Event Group…Modelling, dancing, singing ৰ যিকোনো প্ৰতিভাৱান শিল্পীয়ে আমাক whats app ত video পঠাব পাৰে। প্ৰতিযোগীতা আৰম্ভ হ’ব ১০ অক্টোবৰ ৰ পৰা। প্ৰতিযোগী সকলৰ মাজৰপৰা winner choose কৰিব কৰিঅ’গ্ৰাফাৰ অসীম গগৈ, জনপ্ৰিয় গায়িকা তৰালী শৰ্মা আৰু দীপকেশ বৰগোঁহাই। আপোনালোকৰ video বোৰ আমাৰ পেজ Shivam Event Group ত Upload কৰা হ’ব। যিসকলৰ video ত অধিক Like আহিব আৰু Share হ’ব তেওঁলোকক TV show অনুষ্ঠান পৰিবেশন কৰিবলৈ সুযোগ দিয়া হ’ব। বিজয়ী সকলৰ নাম ২০ অক্টোবৰ তাৰিখে ঘোষণা কৰা হ’ব।। video পঠিওৱাৰ অন্তিম তাৰিখ ৮ অক্টোবৰ।।

Whats App No:9875420540

Leave a Reply

Your email address will not be published. Required fields are marked *