প্ৰতিটো ৰাতি যেন ভাৱোন সনা হাহিঁ।
কাজল সনা চকুযুৰি যেন —
জিলিকি উঠিছে মোৰ দাপোনৰ হৃদয় স্তম্ভৰ শিখৰত আহি।
জিলিকিব দিয়া না তুমি
নিভাজ বেকা ওঠৰ হাহি
ৰ লাগি চাওঁ মই
তোমাৰ কাজলসনা চকুযুৰি
বহু মনৰ কথা ব্যক্ত কৰিম
বুলিও নোৱাৰা কৰিব।
তোমাৰ ওচৰত আহি।
হঠাৎ যেন কিবা বজ্ৰপাত,
পৰা দি থমকি ৰওঁ মায়া বিহীন ৰাতি।
হঠাৎ আকৌ মৌন হৈ থাকো নে ? কিবা মোৰ ওপৰত খং কৰা নে একো ধৰিবই নোৱাৰি।
সপোনৰ শেষত আকৌ সৌ দূৰলৈ বুলি মেলিলা দুহাত।
সপোনবোৰ মেলি দিয়া
মোৰ হৃদয়ৰ বেকা ওঠৰ হাহিত।।