0 00 1 min 3 yrs 241

যোৱা ২৩ জানুৱাৰী শনিবাৰে গুৱাহাটীৰ District library auditorium ত অনুষ্ঠিত হোৱা International Global Star Icon Award অনুস্থানটিত গুৱাহাটীৰ জালুকবাৰীৰ বাসিন্দা শ্ৰী হৰমোহন দাস আৰু শ্ৰীমতী প্ৰণিতা দাসৰ একমাত্ৰ জীয়ৰী নমিতা দাসে International Leadership Award পাই এগৰাকী মডেল হিচাপে । 

অনুস্থানটি আয়োজন কৰিছিল, সকলোৰে চিৰ পৰিচিত ড. নম্ৰতা শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *