0 00 1 min 4 yrs 223

নলবাৰীত আয়োজিত “ঐক্য সমদল”ত পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় যে 

“শান্তি, সম্প্ৰীতিৰ জৰিয়তেহে অসমৰ প্ৰগতি সম্ভৱ। শান্তি আৰু বিৰামহীন প্ৰগতিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু মিত্ৰজোঁটৰ দলসমূহৰ সহযোগত নলবাৰীত আয়োজিত “ঐক্য সমদল”ত অংশগ্ৰহণ কৰোঁ আৰু সতীৰ্থ মন্ত্ৰী, সাংসদ, বিধায়ক তথা কাৰ্যকৰ্তাসকলৰ সৈতে পদযাত্ৰা কৰোঁ।
সৰ্বস্তৰৰ হেজাৰ হেজাৰ লোকৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু পাৰভঙা উছাহে প্ৰমাণ কৰিলে যে- ৰাইজে শান্তি-শৃংখলাহে বিচাৰে। অনাহকত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰাসকলৰ বিৰুদ্ধে এয়া ৰাইজৰ ঐক্যবদ্ধ মৌন সমদল। আমাৰ প্ৰতি থকা ৰাইজৰ এই গভীৰ বিশ্বাসেই আমাৰ মূল শক্তি।”

Leave a Reply

Your email address will not be published. Required fields are marked *