0 00 1 min 4 yrs 167

এতিয়াৰেপৰা ডিজিটেল ভাবে কৰিব পাৰিব কা’ ৰ বিৰুদ্ধে আন্দোলন । তাৰবাবে কৰিব লাগিব www.assamagainstcaa.in  নামৰ ৱেবচাইটটোত পঞ্জীয়ন । উল্লেখযোগ্য যে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পৃষ্ঠপোষকতাত শিল্পী সমাজে আজি মুকলি কৰে উপৰি উক্ত ৱেবছাইটটো । পঞ্জীয়ন কৰি সহযোগ কৰিবলৈ আহ্বান জনাইছে শিল্পী সমাজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *