0 00 5 yrs 209
ৰুতে গাঁথিছিলোঁ বকুলৰ  মালা
ধেমালিতে
আজি তোমাক আকৌ  গাঁথিছোঁ
নতুনকৈ চোৱাৰ অন্য এক তীব্ৰ হেঁপাহ
হয়তো এৰাব নোৱাৰা
মাটিৰ যন্ত্ৰণা
সেইহে বাৰে বাৰে তোমাৰ গোন্ধই
মোক আমনি কৰে |
        

Leave a Reply

Your email address will not be published. Required fields are marked *