0 00 4 yrs 214

নিৰ্ভয়াৰ দোষীসকলক ফাঁচী দিয়াক লৈ আজি মহিলা দিৱসৰ দিনা কাশীৰ গংগা ঘাটত কিছুমান নাট্যকৰ্মীৰ দ্বাৰা আদালত বহে আৰু চাৰিয়োজন অপৰাধীৰ পুতলা ফাঁচী কাঠত উলমাই । দুয়োপক্ষৰ নাট্যকৰ্মী উকীল আৰু বিচাৰকে ইয়াত ভূমিকা পালন কৰে । এগৰাকী আগৰণুৱা মহিলাই নিৰ্ভয়াৰ মাকৰ চৰিত্ৰ ৰূপায়ণ কৰে । তেওঁলোকৰ মতে পাষণ্ডসকলক ফাঁচী দিয়াৰ বাবে আজিতকৈ ভাল দিন আৰু কেতিয়াও আহিব নোৱাৰে । সেয়েহে চাৰিয়োজন অপৰাধীৰ পুতলা ফাঁচী কাঠত ওলমোৱাৰ সিদ্ধান্ত লয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *