0 00 1 min 10 mths 54

ঠগিলা ন মোক ৰিচা । মোৰ মৰম-ভালপোৱাবোৰৰ একো মূল্য নাই তোমাৰ ওচৰত । তোমাক বহু বহু বেছি ভালপাইছিলোঁ , সেয়াই ভুল হ’ল নেকি মোৰ ? তোমাক ভৰিত ধৰি অনুৰোধ কৰাৰ পাছতো মোৰ মৰম-ভালপোৱাবোৰৰ গভীৰতা বুজি নাপালা। তুমি মোৰ পৰা আতৰি থকাৰ পাছতো অনবৰতে তোমাৰ কথাই ভাবি থাকোঁ । সঁচা মৰম-ভালপোৱাৰ একো মূল্য নাই তোমাৰ বাবে । যাব খুজিছা যোৱা ম্ই তোমাক ধৰি ৰাখিব নোৱাৰোঁ । ঘঁহি থাকিলে শিলো ক্ষয় যায় , তোমাৰ হৃদয়খন শিলতকৈয়ো কঠুৱা। নহ’লে বুজি পালাহেঁতেন যে যিজন ল’ৰাই ভালপোৱাৰ খাতিৰত ভৰিতো ধৰিছিল তেওঁৰ ভালপোৱাৰ গভীৰতা কিমান । মোৰ ভালপোৱা এৰি বেলেগ কাৰোবাৰ ওচৰত সঁচা মৰম-ভালপোৱা বিচাৰি গৈছা । Best of luck তুমি মনে বিচৰাৰ দৰে সুখী হোৱা। মোৰ মৰম আগতেও আছিল , আগলৈও থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *