0 00 1 min 3 yrs 218

নুমলীগড়ৰ একালৰ আটছা নেতা এতিয়া শাৰিৰীক ভাৱে অসুস্থ হৈ বিচনাতে কটাইছে দিন-ৰাতি ।

এসময়ত বোকাখাত আটছাৰ সম্পাদকৰ গুৰুদায়িত্ব পালন কৰি যোৱাৰ লগতে আটছাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱা আৰু চাহ জনগোষ্ঠী ৰ বাবে সামাজিক,সাংস্কৃতিক দিশত কৰ্ম কৰি যোৱা নুমলীগড়ৰ গুনিন চন্দ্ৰ দাস বৰ্তমাণ অসুস্থ ।

বৰ্তমান সময়তো চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে যদিও এনেদৰে বিচনাতে পৰি থাকিবলগীয়া হৈছে ।
বৃক্কৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ
বিচনাতে এতিয়া দিন ৰাতি পাৰ কৰিছে ।

ডিমাপুৰত চিকিৎসা অব্যাহত ৰাখিছে যদিও এতিয়াও সুস্থ হোৱা নাই যাৰ বাবে
আজি
আটছা বোকাখাত শাখাৰ ভাৰপ্ৰাপ্তসভাপতিশ্ৰীকিষানতাঁতী লগতে সম্পাদকঅমৃতসাগৰৰ
নেতৃত্রত এটা সজাতি দলে তেখেতৰ ওচৰত উপস্থিত হৈ তেখেতৰ শাৰিৰীক বুজ লোৱাৰ লগতে পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰি উন্নত চিকিৎসাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা কথা অৱগত কৰে আৰু তেখেতৰ আশু আৰোগ্য কামনা কৰে।

আমিও Hourly Times পৰিয়ালৰ ফালৰ পৰা তেখেতৰ আশু আৰোগ্য কামনা কৰিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *