0 00 1 min 3 yrs 182

নুমলীগড় তিনিআলিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। AS 03Y 7588 নম্বৰৰ স্কৰপিঅ’ আৰু AS 05P 7641 নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয় । গুৰুতৰ ভাৱে আহত বাইক আৰোহী পুৰুষ আৰু মহিলা গৰাকীক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।চিকিৎসালয়ত পুৰুষ বাইক আৰোহী জনক মৃত ঘোষনা বুলি ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই । বৰ্তমানলৈকে বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *