0 00 1 min 5 yrs 157

প্ৰাঞ্জল শংকৰৰ কাহিনী আৰু পৰিচালনাৰে অসমৰ বাপতিসাহোন কঙালী বিহুৰ ওপৰত এখন ছুটি ছবি নিৰ্মাণ কৰা হয় । ছুটি ছবিৰ খনৰ দ্বাৰা সমূহ অসমবাসী ৰাইজক কাতি বিহু পালনৰ কিছু দৃশ্যাংশ দেখুওৱাবলৈ প্ৰয়াস কৰে । ছবিখনত মুখ্য চৰিত্ৰত  অভিনয় কৰে প্ৰাঞ্জল শংকৰ আৰু ৰশ্মিৰেখা সন্দিকৈ , চন্দন শইকীয়া , প্ৰাৰ্থনা শইকীয়া লগতে জামুগুৰি অঞ্চলৰ আয়তী আৰু কন কন মইনা- মইনি  সকলে । পৰিচালকৰ পলা জানিবলৈ পোৱা গৈছে যে এই ছুটি ছবি খনে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে । লগতে ইউটিউব আৰু ফেচবুক পেজ সুবাস আৰু প্ৰয়াস তো যথেষ্ট সংখ্যক দৰ্শকে আদৰি লৈছে ।। ইউটিউব চেনেল PSD MULTIMEDIA তো উপলব্ধ ।

Leave a Reply

Your email address will not be published. Required fields are marked *