0 00 1 min 6 yrs 203
*প্ৰেম……*
*প্ৰেমত মইওঁ পৰিছীলো*
*প্ৰেমৰ সাগৰ খনত*
*মইওঁ সাতুৰিব*
*সিকিছীলো*
*কিন্তু প্ৰেমৰ সাগৰ খন*
*বৰ গভিৰ আছিল অ………*
*পাৰ নোপোৱা আগতে দুবি গলো প্ৰেম নামৰ সাগৰ খনিত !!*
*এতিয়া বৰ অকল সৰিয়া অ*
*অকল সৰে নিজানত থাকো*
*অতিতৰ ইস্মৃতি বোৰ সাৱতি*
*আপোন বোলি বলই* *কোনো নাই কাষৰত আজি*
*সচাঁকই বৰ অকল* *সৰিয়া মই আজি*
*বৰ অকল সৰিয়া……….!!*
*তুমিয়েতো এদিন মোক কইছিলা…………* *যান তোমাক মই বহুত ভাল পাওঁ বহুত* *বহুত বহুত বোলি…*
*তোমিয়েতো মোক কইছিলা যান তোমি মোক এৰিথই নাযাবা…. তোমি মোক এৰিথই গ’লে সচাঁই মই মৰি যাম বোলি*
*কিন্তু কৌতা আজি দেখুন তোমিয়ে মোক পাহৰি গ’লা দি গ’লা মাঠূ এসাগৰ যান্তনা ।।*
*তোমি সুখত আছা*
*সুখত থাকা*
*তোমাক বিছাৰি আমনি নকৰো*
*কিন্তু কাৰোবাক দুখ দি কোনেওঁ সুখত থাকিব নোৱাৰে বোজিছা এদিন তুমিওঁ এই দুখৰ যান্তনা ভোগিব লাগিব*
*তেতিয়া তোমিওঁ কান্দিবা দুখৰ যান্তনা* *ভোগি*
*টুপাল টুপাল চকুলো বাগৰিব চকুৰ প্ৰতাইদি !!*
  *Ate pream kahenek  loii* *lekexeluকবিতাতো শব্দ সইতো বহুত ভূল সইছে শুদ্ধৰাই পঢ়েযেন*
*আৰু পঢ়ি কেনেকোৱা পালে জনাব নাপাহঁৰিব ।।*

Leave a Reply

Your email address will not be published. Required fields are marked *