নিকু
তেজপুৰ
প্ৰেম কি যে এক মিঠা নাম
এক অনুভূতিৰ বিশাল সাগৰ
ভাষাহীন যাৰ পৰশ।
এক অনন্য যাত্রা।
তোমাৰ হাহিঁয়ে মোক প্ৰেৰনা দিয়ে জীয়াই থকাৰ।
উপস্ঠিতিয়ে মোক সাহস দিয়ে আগ বঢ়াৰ।
হিয়া উজাৰি দিয়া মৰমে মোক পথ দিয়ে সুখি হোৱাৰ।
যেতিয়া তুমি মোৰ কাষে চাপি আহি সোধাহি মোৰ প্ৰিয়া ভালে আছানে তুমি ।
সুধাৰ লগে লগেই অন্তৰৰ দুখ বোৰ হাহিঁ হৈ ওলাই আহি তোমাক কৈ
মোল ভাল ,তেতিয়া তুমিও মিচিঁকীয়া হাহিঁৰে মোক কোৱা।
তোমাৰ ভালেই মোৰ ভাল ।
কিযে আছৰিত এই ভাল পোৱ
দুৰৈত থাকিও প্ৰতিপলে দখল কৰি ৰাখে মোৰ মন।
সপোন বোৰো আজি কেৱল তোমাৰেই ।
ঠাই নাইকিয়া হৈ পৰিছে যেন আজি তৃতীয় জনৰ।
এতিয়া অপেক্ষা মাথো সেই দিন টিলৈ ।
তুমি আৰু মই নহয় দুয়ো আমি ৰূপে প্ৰতিষ্ঠিত হ’ম