0 00 1 min 6 yrs 160
সুন্দৰী যুৱতী মানেই যেন অপাৰ মহিমাময় যাৰ মহিমা স্বয়ং ভগবানেও বুজিব নোৱাৰে । আৰু এই মহিমাৰ বলতেই সিহঁতে যেন গোটেই জগতখনকে নিজৰ অধীন কৰিব বিছাৰে । ব্যতিক্ৰম নহয় নিকুমনি আৰু নিবেদিতা নামৰ ছোৱালী দুজনীয়ো । 

জানিবপৰা মতে নিকুমনিয়ে প্ৰথম ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই । তাৰপিছত লাহে-লাহে বাৰ্তালাপৰ যোগেদি ল’ৰাজনৰ কাষ চাপিবলৈ চেষ্টা কৰে । আৰু তাৰপিছত ফোন নাম্বাৰৰ আদান-প্ৰদান হয় । আৰম্ভ হয় ঘণ্টা ঘণ্টা টেলিফ’নিক কথোপকথন । কথোপকথনৰ যোগেদি বুজাই দিয়ে যে তাইৰ হৃদয়ত ল’ৰাজনৰ প্ৰতি ভালপোৱাৰ সৃষ্টি হৈছে ।

আৰু অবশেহত লৰাজনেও ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়াবলৈ বাধ্য হয় ।

আৰম্ভ হয় এটা কৃত্ৰিম সম্পৰ্ক য’ত নাথাকে কোনো বুজাবুজি তথা আন্তৰিকতা হয় । লাহে লাহে ছোৱালীজনী মূল চৰিত্ৰৰ মাজলৈ সুমাই পৰে । অভিনয়ৰ শুভাৰম্ভ হয়। কিবাকিবি সমস্যা দেখুৱাই লৰাজনক পইচা বিচাৰিবলৈ ধৰে । উল্লেখযোগ্য যে শেহতীয়াকৈ নিকুমনিয়ে গুৱাহাটীৰ এটা হোষ্টেলত থকা বুলি জানিবলৈ দিছিল । লগতে জানিবলৈ দিছিল যে তাইক হেনো হোষ্টেলৰ প্ৰাপ্যখিনি আদায় দিব নোৱাৰাৰ বাবে ঘৰলৈ যাব দিয়া নাই। তেতিয়া বহাগ বিহুলৈ ঠিক চাৰি-পাঁচ দিনমানহে বাকী আছিল কথাটো শুনি লৰাজনৰ বেয়া লাগিছিল আৰু সঁচা ভালপোৱাৰ খাতিৰত ছোৱালীজনী দিয়া নিবেদিতা চেতিয়া নামৰ ষ্টেট বেংকৰ একাউণ্ট এটাত নগদ পাঁচ হাজাৰ টকা জমা কৰি দিছিল । টকা পাঁচ হাজাৰ পুৱাৰ পাছত ছুৱালীজনীয়ে লৰা জনক ব্লক কৰি দিছিল ফেচবুকত । আৰু লৰাজনৰ কোনো ফুনকলৰ উত্তৰ দিয়া নাছিল । কিন্ত নিজকে পৃথিৱীৰ আটাইতকৈ বেছি টেঙৰ বুলি ভবা ছোৱালীজনীয়ে পাহৰি গৈছিল যে পাচবুকৰ ফটোখনত নিবেদিতাৰ সম্পূৰ্ণ ঠিকনা থকাৰ কথা লগতে ফেচবুকৰ ফটোবোৰৰ কথা ।

ইয়াৰ যোগেদি সকলোকে অৱগত কৰা হৈছে যে এই প্ৰবঞ্চক ছোৱালী দুজনীপৰা যেন আতৰি থাকে |
ৰাতুল কলিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *