0 00 1 min 4 yrs 217

অসমত ইতিমধ্যে ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হয় আৰু ইয়াৰ যোগেদি অসমৰ কৃষ্টি-সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিস্থিত হ’ব বুলি কিছু লোকে মত পোষণ কৰিছে । কিছু লোকে গুৱাহাটীক বলীউডৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰাও দেখা গৈছে । সীমিত সময়ৰ বাবে গুৱাহাটী ভৰি পৰিছিল অক্ষয় কুমাৰকে আদি কৰি বহুতো দামী-দামী তাৰকাৰে । উক্ত অনুষ্ঠানত বলীউডৰ তাৰকা ৰণবীৰ সিং, আয়ুস্মান খোৰানা , অক্ষয় কুমাৰকে আদি কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাইয়ো নৃত্য প্ৰদৰ্শন কৰিছিল ।   জানিব পৰা মতে

ফিল্মফেয়াৰ ৰ দৰে বিশাল মঞ্চত নিজৰ জাতি-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিবলৈ পাই গৌৰৱবোধ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।লগতে জনায় যে “ আপোনালোকৰ মৰম, বিশ্বাস আৰু আশীৰ্বাদৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নহ’ল হয় ।”

Leave a Reply

Your email address will not be published. Required fields are marked *