0 00 3 yrs 226
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক পদশিলা গৃহ আৰু গুৰুজনে নিজে প্ৰতিষ্ঠা কৰা কীৰ্তনঘৰৰ মণিকূট গৃহৰ ভিতৰৰ অংশত  ব্যাপক ক্ষতিসাধন হয় ভূমিকম্পৰ ফলত। পদশিলাৰ ভিতৰৰ অংশত আৰু মণিকূটৰ ভিতৰৰ অংশত দেৱালৰ বৃহৎ ফাট মেলাৰ কথা পোহৰলৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *