0 00 3 yrs 206
কেনে আছে গুৰুজনাৰ জন্মস্থানৰ নিচেই কাষতে থকা বৃহত্তৰ বট্টদ্ৰৱা অঞ্চলৰ প্ৰায় দুশ সহস্ৰাধিক কৃষকৰ পশুধনৰ চিকিৎসাৰ একমাত্ৰ স্থল বটদ্ৰৱা পশু চিকিৎসালয় কেন্দ্ৰ? একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱত জহি খহি গৈছে চিকিৎসকৰ আবাসৰ লগতে মূল চিকিৎসা গৃহ ।  চিকিৎসক প্ৰায়েই  উপস্থিত নথকাত সহায়কেহে চলাব লগীয়া হয় চিকিৎসা কেন্দ্ৰ ।
এই অভিযোগ সকলোৰে মুখে মুখে। স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ কাণসাৰেই নাই এই পশু চিকিৎসালয় খনৰ প্ৰতি । এই পশু চিকিৎসালয় খনৰ নামত থকা মুঠ ১৩বিঘা ভূমিতো আজি লৈকে চৰকাৰে নিৰ্মাণ কৰা নাই কোনো বাউণ্ডেৰী ৱাল । যাৰ ফলত জৰাজীৰ্ণ হৈ পৰা আৱাস গৃহ সমূহত দুষ্ট চক্ৰই নিশাৰ ভাগত ড্ৰাগছ,জুৱাৰৰ দৰে অসামাজিক কৰ্য্য চলাই নিয়াৰ সুবিধা পাইছে ।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *