0 00 4 yrs 218

১২ ডিচেম্বৰ ২০১৯,

সুদূৰ বাংগালোৰত কৰ্মৰত অসমীয়া ৰাইজৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ । কয় যে “অসমত কোনো  কৰ্ম সংস্থাপন নথকা বাবে অসম এৰি বাহিৰত থাকিব লগা হৈছে আৰু আপোনাকে বাংলাদেশী আনিব বিছাৰে । এয়া আমি কেতিয়াও মানি নলওঁ । আগত খিলঞ্জীয়া মানুহৰ কথা ভবাটো দৰকাৰী ।”

Leave a Reply

Your email address will not be published. Required fields are marked *