0 00 1 min 5 yrs 208
বাইকৰ ইঞ্জিন ব্যৱহাৰ কৰি বনালে হেলিকপ্টাৰ । হয় আপুনি ঠিকে শুনিছে । ৰাজস্থানৰ দৌচা জিলাৰ বান্দীকুই এলেকাৰ চেতৰাম চেচী নামৰ ITI ডিগ্ৰী ধাৰী যুৱক জনে বাইকৰ ইঞ্জিন ব্যৱহাৰ কৰি সাজি উলিয়ায় এখন হেলিকপ্টাৰ । প্ৰায় ৮ লাখ টকা খৰচ হোৱা এই হেলিকপ্টাৰ খন সাজোঁতে সময় লৈছে সম্পূৰ্ণ এটা বছৰ । উল্লেখযোগ্য যে উক্ত মডলটোত দুটা হোন্দা CBZ ৰ ইঞ্জিন ব্যৱহৃত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *