0 00 5 yrs 201

ভাৰতীয় সেনায়ো সহায় আগবঢ়ালে বানাক্ৰান্ত ৰাইজলৈ । ধুবুৰীৰ হাকামা মন্মথ মধ্য ইংৰাজী বিদ্যালয়ৰ বান শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে আহাৰ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *