0 00 1 min 3 yrs 220

বিগবচ ( bigg boss ) ১৩ ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা ( Sidhartha Shukla ) আৰু নাই । গুচি গ’ল কোনোবা অজান দেশলৈ । মাত্ৰ ৪০ বছৰ বয়সতেই মৃত্যুক সাৱটি লয় অভিনেতা জনে । অভিনেতা জনৰ অকাল মৃত্যুত বলীউডত শোকৰ ছাঁই বিৰাজ কৰিছে । জানিব পৰা মতে হাৰ্ট এতেকৰ ফলত মুম্বাইৰ কৈপাৰ হস্পিটেলত মৃত্যুক সাৱটি লয় অভিনেতা জনে ।“বাবুল কা আংগন চোটে না ” টিভি শ্ব’ৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলিছিল তেওঁ ।তেওঁ অভিনয় কৰা আন কেইটামান শ্ব’ হ’ল – “জানে পেহচানে চে ” , য়ে আজনবী , লভ ইউ জিন্দেগী , বালিকা বধু আদি ।

Leave a Reply

Your email address will not be published. Required fields are marked *