নিজান মনে বহি,
কিনু চাই আৰু কি ভাৱে বাৰু
মহ লগা মনপাহী।
ৰূপ লাৱণ্যৰ নাই যে সীমা
সুঘ্ৰান অধিকাৰ,
ৰঙা উঠ দুটি সেন্দুৰ বৰণ
আলোড়ৰ সৃষ্টি কাৰী।
বৰ্ণাৱ নোৱাৰি ৰূপৰ আকাৰ
মনে মনক। সুন্দিয়াই,
কাৰ বাবে জন্মিলা ধৰাত
দেৱতুল্ল বৰ পাই।
এইদৰে তাই নৈ পাৰত
আহে আৰু ঘুৰি যায়,
কিন্তু তাইৰ মনৰ কথা
কোনোও বুজি নেপাই।।