0 00 1 min 4 yrs 223

বিল গেটচে তেওঁৰ জীয়ৰী জেনিফাৰ মুছলিম যুৱকৰ সৈতে লোৱা  বিবাহৰ সিদ্ধান্তক সমৰ্থন কৰি অভিনন্দন জনায় । যুৱকজন হ’ল ইজিপ্তৰ কোটিপতি বাসিন্দা নায়াল নাচাৰ । Microsoft ৰ প্ৰতিষ্ঠাতা বিল গেটচৰ জীয়ৰী জেনিফাই Instagram ত নায়াল নাচাৰৰ সৈতে একেলগে থকা ফটো শ্বেয়াৰ কৰি ” জীৱনৰ বাকী সময়চোৱা তোমাৰ স’তে কটাবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছোঁ” বুলি লিখে ।

Leave a Reply

Your email address will not be published. Required fields are marked *