0 00 1 min 4 yrs 207

জি  মানৱতাৰ বজাৰত
মানুহৰে দৰদাম হ’ল ;

কোন কিমানৰ
তুলাচনীৰে জোখা হ’ল;
নকল মানুহক সমাজত
আগস্থান দিয়া হ’ল ;
শুদ্ধপথৰ সত্য মানুহে
গুৰ্ণাণুকীৰ্তন কৰোতেই গল,
ভদ্ৰতাৰ মুখা পিন্ধি
সহজ -সৰল মনক
ঠগি-ঠগি শোষণ কৰিলে
হোজা গাঁৱলীয়াই তাকে শুদ্ধ বুলি
জয় গান গাই ফুৰে,
নেপায়-নেপায় হেৰৌ
মানুহৰ দৰদাম মানুহৰ মাজত কৰিব
তাৰ পৰিনাম ভয়ংকৰ হব ,

Leave a Reply

Your email address will not be published. Required fields are marked *