0 00 1 min 5 yrs 208
কাগজক সুধিলো
         কলমৰ দাম
    কাগজে উত্তৰ দিলে
এটোপাল তেজৰ সমান
  যি টোপাল তেজেৰে    কাগজৰ উদং বুকুৰ   মাজত –
   ৰাঙলী কৰি সুগন্ধি বিলায়;
  দাপোনক সুধিলো
    মানৱতাৰ দাম
      দাপোনে উত্তৰ দিলে
   ৰৱ সিদিনালৈ নাম
   যিদিনা থাকিৱ সমাজত
  সুখ্যাতিৰ নাম ।
   
 ✍বুলবুলি নাথ।
     ওদালগুৰি

Leave a Reply

Your email address will not be published. Required fields are marked *