0 00 1 min 5 yrs 202
দুখীয়াৰ দুখ নেয়ায় ,বতৰ্মান  এই বাক্যশাৰী আমাৰ সমাজত অপৰিচিতৰ দৰে হৈ গৈছে ।কাৰণ বিশ্ব ইতিহাস ৰচনা কৰা প্ৰায় ৯৯% মানুহ দৰিদ্ৰ কবলৰ সতে যুঁজা  যুঁজাৰো-উদাহৰন হিচাপে এ-পি-জে কালাম ;নৰেন্দ মোডী আদি উল্লেখনীয় নিৰ্দশন।তেনে এজন বৰ্তমান যুগৰ মানৱ যাক “ৰকেট মানৱ বুলি পৰিচিত-” কৈলাশাভাদীভু শিৱান  ;তেখেতৰ জন্ম হয় কন্যাকুমাৰী চাৰাক্কালভাই গাৱৰ এটি কৃষক পৰিয়ালত ১৯৫৮ চনৰ ১৪ এপ্ৰিলত // -প্ৰাৰম্ভিক শিক্ষা চৰকাৰী বিদ্যালয়ত পাতনি মেলিছিল-পঢ়াৰ লগে লগে তেঁও পঢ়াৰ হাবিহাসত পিতৃৰ লগত খেতিৰ কাম কৰিছিল ।আৰ্থিক অনাতনে জুৰুলা কৰা শিৱানৰ মনত আছিল বহু সপোন  সেইবাৱে শিৱানে দৃঢ়তাৰে মন বান্ধি লৈছিল ।;;জীৱন মানেই সংগ্ৰাম””  শিৱানে ভালদৰে কথাষাৰি উপলদ্ধি কৰিছিল !”নাগেৰকোৱেল এছ-টি হিন্দু কলেজৰ পৰা গনিতত অৰ্নাচ সহ ১০০ নাম্বাৰৰ ভিতৰত  ১০০লৈ বি -এছ -চি পাছ কৰে :পিছলৈ শিৱানে ১৯৮০চনত মাদ্ৰাছ প্ৰযুক্তিবিদ্যাৰ পৰা””এৰ’নেটিক্স ইঞ্জিনীয়াৰি পাছ কৰে ।১৯৮২ চনত তেঁও বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰৰ পৰা  এৰস্পেচ ইঞ্জিনীয়াৰি  ঙত স্নাত্তোকৰ ডিগ্ৰী লাভ কৰে ।তাৰ পিছত তেঁও ভাৰতীয় মহাকাশ গৱেষনাৰ লগত জড়িত হৈ পৰে -২০০৬চনত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ পৰা( ph-d)লাভ কৰে ।২০১১চনত তেঁও জি এছ এল প্ৰকল্পৰ লগত জড়িত হয় ।২০১৫ চনত বিক্ৰম সাৰভাই স্পেচ চেণ্টাৰৰ লগত জড়িত হৈ পি এছ এল ভি ৰ দৰে ৰকেট উৎক্ষেপনৰ লগত আছিল%শিৱান ।ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপৰ  ৰকেট ইঞ্জিনৰ সাধক শিৱানক “”ৰকেট মানৱ””” নাম দিয়ে ।আৰ্থিক অনাতন যে দৰিদ্ৰতা পিছ কৰিব নোৱাৰে তাৰ পৰিৰ্দশক শিৱান ।শিৱানৰ এটি কাহিনী হৃদয় চুমি যায় প্ৰতিগৰাকীৰে-কলেজত পঢ়ি থাকোতে এযোৰ জোতা আৰু চেণ্ডেলৰে পাৰ কৰিছিল কলেজৰ দেওনা-এম আই টি লৈ যাওটে জীৱনৰ প্ৰথমটো লংপেণ্ট পিন্ধিছিল -আৰু সেইজনা মহামানৱে চন্দযান ২ দ্বাৰা সমগ্ৰ বিশ্ববাসীৰ আগত নাম উজ্বলাব সক্ষম হয়।তেঁও বৰ্তমান ইছুৰ অধ্যক্ষ ৰূপে কমৰত— – দৰিদ্ৰ যে সফলতাৰ হেঙাৰ হব নোৱাৰে তাকে প্ৰমান দি গ’ল—।এইজনা মহামানৱ আমাৰ সদায় অনুপ্ৰেৰনা  ।
(সংগ্ৰহ কিছু তথ্যৰ পৰা ) -বুলবুলি নাথ   

Leave a Reply

Your email address will not be published. Required fields are marked *