0 00 5 yrs 202
বেডমিন্টন একাডেমী খুলিবৰ বাবে পি ভি চিন্ধুৱে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰপৰা পাব ৫ একৰ মাটি ।
পি ভি চিন্ধু এগৰাকী আৰ্ন্তৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ । 2009 চনত আৰ্ন্তৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰা চিন্ধুৱে ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। ১৯৯৫ চনৰ ৫ জুলাইত টেলেংগানাৰ হায়দৰাবাদত জন্ম লাভ কৰা চিন্ধুৱে এতিয়ালৈকে ৩১২ খন খেল জিকাৰ বিপৰীতে ১২৯ খন খেলত পৰাজয় বৰণ কৰিছে । ভাৰত চৰকাৰে তেওঁক ২০১৫ চনত “পদ্মশ্ৰী” , ২০১৬ চনত “ৰাজীৱ গান্ধী” খেল ৰত্ন ২০১৩ চনত “অৰ্জুন এৱাৰ্ড ” আৰু আন বহুতো এৱাৰ্ডৰে সন্মানিত কৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *