0 00 1 min 4 yrs 207
৯ ডিচেম্বৰ ২০১৯
:লোকসভাত কেব সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাখাততো প্ৰতিবাদৰ জোৱাৰ উঠিছে।বোকাখাত যুৱ কংগ্ৰেছ আৰু NSUI সমৰ্থকে জোৰ সমদল কৰাৰ লগতে নৰেন্দ্ৰ মুদি আৰু সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে  ৷ সৰ্বস্তৰৰ বোকাখাত আৰক্ষী সষ্টম  প্ৰতিবাদ ৰোধ কৰাত ৷ আজি বোকাখাতত যুৱ কংগ্ৰেছ আৰু ছাত্ৰ কংগ্ৰেছে জোঁৰ সমদল বাহিৰ কৰি  প্ৰতিমূৰ্তি দাহ বাধা দিয়া চেষ্টা কৰে আৰক্ষীয়ে৷ বোকাখাত আৰক্ষীয়ে আজিৰ জোঁৰ সমদল ৰোধৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও ব্যৱহাৰ কৰে ৷ প্ৰতিমূৰ্তি জ্বলোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমাই আৰক্ষীয়ে ৷৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *