0 00 1 min 3 yrs 180

অসম চৰকাৰে আৰক্ষী বিভাগত নিযুক্তি দিয়াৰ উদ্দেশ্যে কিছুদিনৰ ভিতৰতে অনুস্থিত কৰিব সাক্ষাৎকাৰ। আৰক্ষীৰ নিযুক্তিৰ সাক্ষাৎকাৰত অংশগ্ৰহন কৰাৰ বাবে নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। সমষ্টিটোৰ পাঁচ ঠাইত আজিৰ পৰা ১০ ছেপ্তেম্বৰলৈ অনুস্থিত কৰিছে এক প্ৰশিক্ষন শিৱিৰ। কালি কঠিয়াতলীৰ শগুণবাহীত শুগুনবাহী খেল পথাৰত হব লগা প্ৰশিক্ষন শিবিৰৰ শুভউদ্বোধন কৰে বিধায়ক জিতু গৰাকীয়ে। এই উদ্দেশ্যে অনুস্থিত সভাত সভাপতিত্ব কৰে বিজু ৰাউতিয়াই।সভা খনত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ দৰে অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা অনুস্থিত হব প্ৰশিক্ষন শিবিৰ।
সভা খনত কঠিয়াতলী মণ্ডল বি জে পিৰ সভাপতি চন্দন বৰা , বিধায়কৰ O.S D ৰাতুল বৰা, ৰায় চন্দ্ৰ ৰাইতীয়া , ভিক্টৰ বৰ্মন আদি ব্যক্তি সকল উপস্থিত থাকে।

সংবাদ দাতাঃ খাইৰুল ।

Leave a Reply

Your email address will not be published. Required fields are marked *