0 00 1 min 5 yrs 212
বোকাখাতত দিনে বাঢ়িছে মদ আৰু ভাঙৰ আদ্দা। বোকাখাত নগৰৰ মাজ মজিয়াতে আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ জ্ঞাতে চলি আছে কেইখনমান ঘুমটিত অবৈধ ভাৱে মদ বিক্ৰী। তাৰ ফলতে সঘনে সংঘটিত হৈ আহিছে বিভিন্ন অসামাজিক কাম। বোকাখাতৰ  “ফ্লেভাৰছৰ” স্বত্তাধিকাৰী পাপু গুপ্তা আৰু তেওঁৰ পুত্ৰ অৰবিন্দ কুমাৰ গুপ্তাক বোকাখাতৰ কেইজনমান যুৱকে শাৰীৰিক ভাৱে অক্ৰমন কৰি পলায়ন । চোকা কতাৰিৰে পিতৃ-পুত্ৰক আক্ৰমন কৰি আহত কৰে যুৱক কেইজনে। আক্ৰমন কৰা যুৱকৰ দলটো বোকাখাত স্থানীয় যুৱক বুলি ভাষ্য প্ৰদান কৰিছে আহত পিতৃ পুত্ৰই। আৰক্ষীয়ে যুৱকৰ দলটোক আটকৰ বাবে অভিযান চলাইছে।বোকাখাত মহকুমা প্ৰকাশন আৰু আৰক্ষী প্ৰশাসনক  বহুবাৰ এই বিষয়ে অৱগত কৰাৰ পাছতো অবৈধ মদৰ ঘুমটি কেইটা উঠাই দিয়াৰ কোনো ব্যৱস্থা গ্ৰহন কৰা দেখা নগল। তাৰ ফলতেই আজি সংঘটিত হল এই ঘটনা।
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *