0 00 1 min 3 yrs 230
তীব্ৰ বেগী বাহনে মহতিয়ালে তিনি গৰাকী মহিলা বনুৱাক ৷
কেবাগৰাকীও মহিলা বনুৱাই কাম কৰি আছিল নাৰুৱা-ঘৰুৱাবাহা পথত ৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজনাই বিৰাজ কৰিছে নাৰুৱা-ঘৰুৱাবাহা পথত ৷
উত্তেজিত ৰাইজে জ্বলাই দিলে দু্ৰ্ঘটনা সংঘটিত কৰা বিলাসী বাহনখন ৷
ঘটনাস্থলীত উপস্থিত মুকালমুৱা আৰু দৌলাশাল আৰক্ষী ৷
মুকালমুৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ নিৰ্বাপন কৰে বাহনখনৰ জুই ৷
দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনা স্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ চালক ৷
গনেশ্বৰী বড়ো নামৰ এগৰাকী মহিলাৰ অৱস্থা সংকটজনক ৷
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত৷লাবন্য বড়ো আৰু জতিমা বডো ৷
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *