0 00 1 min 4 yrs 233

পুৱাৰ ৰ’দজাক কেনিবা হেৰাই গ’ল����������������� ����                       দুপৰীয়াৰ ৰ’দজাকো নেদেখা বহুদিন হ’ল,

আকাশ ধুৱলী-কুঁৱলীৰে ঢকা এতিয়া
তমসাই কিৰিলি পাৰিব কালসন্ধিয়া।
ধূলি-মাকতিৰে গছ-লতিকাও মলিয়ন হ’ল�
আহিব খোজা বৰষুণজাকো থমকি ৰ’ল,��������
আলি পদূলিত এতিয়া শীতৰ মেলাৰ আলিঙ্গন�
থকা হ’লে আবেলিৰ ৰ’দজাকৰ মিঠা শিহৰণ!�
আহি আছে আঘোন কুঁৱলীৰ আচ্ছাদন ফালি
ওলাও নোলাওকৈ অপেক্ষাত পুৱতিৰ বেলি
বুভুক্ষু হৈ আছে প্ৰকৃতিও শীতক বেৰ দিবলৈ�
জোনাকীও বাট বুলিব চাগে একেই দিশলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *