0 00 3 yrs 223
 যমুনামুখ সমষ্টিৰ পাবিজুৰি বজাৰত অসম জাতীয় পৰিষদ দলৰ প্ৰায় শতাধিক কৰ্মী সমৰ্থকে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। 
অসম জাতীয় পৰিষদ দলৰ কৰ্মী সমৰ্থকে ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীক দলিয় টিকট প্ৰদান কৰিবলৈ অসম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকক আহ্বান জনায়। 
  প্ৰতিবাদী সকলে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীক টিকট প্ৰদান নকৰিলে আত্ম হনন কৰাৰো হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *