Skip to content
কেৱল তুমি সচাঁ
উষ্ণতা আৰু উষ্ণতা
সাগৰনীলা মজনু লেয়লা
ডাঙৰ মানুহৰ ছোৱালী তুমি
দীঘল দীঘল চুলি
খোপাত গুজি লোৱা
ধুনীয়া ফুলৰ পাহি
তোমাক দেখি ভাল লাগে
প্ৰেমিক প্ৰেমিক মন
হৃদয়ৰ বতৰা কঢ়িয়াই
গুছি যায় ইজন সিজন
পৃথিৱী চোৱা এনেকুৱা
ৰঙা বগা সেউজীয়া . . .