0 00 1 min 4 yrs 222

নয়দাৰ এখন শ্বপিং মলৰ কাহিনী এয়া । এগৰাকী যুৱতী গ্ৰাহকে ট্ৰায়েল ৰুমত সলাইছিল কাপোৰ কিন্তু সেই সময়তে এজন হাউচ কিপিং ল’ৰাই জুমি চাইছিল আৰু ম’বাইলত ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছিল । যুৱতী গৰাকীয়ে এই কথা জানিব পাৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি হাউচ কিপিং ল’ৰাজনক গ্ৰেপ্তাৰ কৰে । গতিকে মৰমৰ ভণ্টিসকল ডাঙৰেই হ্ওক বা সৰুৱেই হ্ওক শ্বপিং মলত শ্বপিং কৰোঁতে সাৱধান হ’বা দেই ।

অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *