শিৱসাগৰত কৃষক নেতা অখিল গগৈৰ নেতৃত্বত হাজাৰ হাজাৰ জনতা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল ।
আনহাতে ডিব্ৰুগড়ত ভয়ংকৰ পৰিস্থিতি । আৰক্ষী আৰু প্ৰতিবাদ কাৰীৰ মাজত হতাহতি । আৰক্ষীয়ে শূণ্যলৈ গুলি চলোৱাৰ লগতে পুৰোষ মহিলা সকলোকে লাঠী চাৰ্জ কৰে । এজন সাংবাদিক আহত ।
আনহাতে গুৱাহাটীতো পৰিস্থিতি ভয়াবহ । হাজাৰ হাজাৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ । আৰক্ষীৰ লাঠী চাৰ্জ আৰু কন্দোৱা গেছৰ প্ৰয়োগ । বন্ধ কৰি দিয়ে জি এছ ৰোড ।