0 00 1 min 4 yrs 221

কুঁও কুঁও কুঁও 

ব’হাগ আহিবই হ’ল দেখোন
আজি কুলিয়ে মাতে
কুঁহিপাতৰ আৰে-আৰে ।
সৌ সিদিনা ব’হাগ 
বিহুৰ কথা মনতেই 
আছে চোন ,
আকৌ আহি পদূলি পালেহি
সময় বোৰে হঠাতেই মোক সজালেহি।
সঁচাকৈ সময় বোৱঁতী নৈ
কাৰোলৈ নাথাকে ৰৈ।
ৰাজদ্বীপ শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *