0 00 1 min 4 yrs 172

হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ  NAACP Image Awards । বিশেষ সফলতা আৰু ৰাজহুৱা তথা সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা আগবঢ়োৱা হয় উক্ত বঁটা ।

উক্ত বঁটা গ্ৰহণ কৰি সুখী হৈছে বুলি ফেচবুক পোষ্টৰ যোগেদি জানিবলৈ দিয়ে পপ ছিংগাৰ ৰিহানাই । 

Leave a Reply

Your email address will not be published. Required fields are marked *