0 00 3 yrs 168

১ নং আহমেদপুৰ বিহপুৰীয়াৰ আবু ছহীদ ওৰফে লম্বু ছহীদক আটক কৰিছে লক্ষিমপুৰ আৰক্ষীয়ে । নকল সোণ , নকল টকাৰ প্ৰলোভন আৰু ঠগ প্ৰবঞ্চনাৰে অসম আৰু কাষৰীয়া প্ৰদেশসমূহৰ লোকৰ পৰা টকা আত্মসাত কৰা গেংষ্টাৰ আবু ছহীদ ওৰফে লম্বুক গ্ৰেপ্তাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *