0 00 1 min 4 yrs 179

পান কাৰ্ডসমুহ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ বাবে বহুদিন আগতেই আদেশ জাৰি কৰিছিল ইনকাম টেক্স ডিপাৰ্টমেণ্টে । কেইবাবাৰো ইয়াৰ অন্তিম তাৰিখ পৰ্যন্ত ঘোষণা কৰা হৈছিল কিন্তু আজিলৈকে সম্পূৰ্ণ নহ’ল এই কাম । এই পৰ্যন্ত হাজাৰ-হাজাৰ লোকে কৰা নাই এই কাম । সেয়েহে আয়কৰ বিভাগে ঘোষণা কৰিছে যে ৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰাসকলক ১০০০০ টকাকৈ জৰিমনা বিহা হ’ব । এই ঘোষণাৰ প্ৰভাৱ কেনেকৈ পৰে সেয়া সময়তহে জানিব পৰা যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *