0 10 3 yrs 184

৭৫ তম্ স্বাধীনতা দিৱস উপলক্ষে বঙাইগাঁৱত সাংবাদিকৰ চাইকেল ৰেলী । দেশৰ ৭৫ তম্ স্বাধীনতা দিৱস। ৭৫ তম্ স্বাধীনতা দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ একাংশ সাংবাদিকৰ চাইকেল ৰেলী যাত্ৰা ৷ বাতৰিৰ পিছত দৌৰি ফুৰা সাংবাদিক সকলে এইবাৰ চাইকেল চলাই পালন কৰিলে স্বাধীনতা দিৱস। কালিৰএই চাইকেল ৰেলী যাত্ৰাত সাংবাদিক সকলৰ লগত সংগ দিলে স্থানীয় শিশু তথা স্থানীয় লোকে ৷ প্ৰায় ১৫ কিলোমিটাৰ চাইকেল চলাই নিজৰ কৰ্মত ব্যস্ত হৈ পৰে সাংবাদিক সকল। উল্লেখ্য যে, সাংবাদিক সকলৰ এনে প্ৰচেষ্টাক সমগ্ৰ বঙাইগাঁও বাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছ ।

সংবাদ দাতাঃ হিমাংশু ।

Leave a Reply

Your email address will not be published. Required fields are marked *