0 00 1 min 3 yrs 213
সকলো জাতি জনগোষ্ঠীয়েই  আদৰি লোৱা পৰিলক্ষিত হৈছে ৮২ নং ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শশী কান্তু দাসক। 
দেওবাৰে সমষ্টিটোৰ জুৰিপাৰ পঞ্চায়তৰ চাহজনগোষ্ঠীয় এলেকাত ব্যাপক প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী জনে।
চাহ যুৱক-যুৱতী সকলে জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰি আনে প্ৰাৰ্থী জনক।
সভাখনত শতাধিক পুৰুষ-মহিলাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *