0 00 4 yrs 205

                  ( ১)
 …………….মুৰব্বী 
আপোনাৰ সন্তানটো বিদেশত পঢ়িছে 
মানে আপোনাৰ দেশত আপুনি ভাল শিক্ষা প্ৰতিষ্ঠান  গঢ়িব পৰা নাই !
                  (  ২)
…………….শিক্ষক 
আপোনাৰ সন্তানটোক বেচৰকাৰী বিদ্যালয়ত পঢ়ায় 
মানে আপুনি নিজে ভাল শিক্ষক নহয়
                   (১)
 …………..নিম্নশ্ৰেণী
এয়া আমাৰ দেশ
ভাৰতীয় জাতি বুলি বুকুত চপৰিয়া চপৰিয়া কওঁ
আমাৰ লগত ফেৰ নামাৰিবা
আমি গাখীৰ বিক্ৰী কৰি মদ কিনি খোৱা জাতি !
                   (৪)
…………….মধ্যবিত্ত 
বিশ্বৰ ভিতৰত আমাৰ গৌৰৱ আছে
সাধু সন্যাসী আৰু মাফিয়াৰ বাবে আসন সংৰক্ষিত
চাকৰীৰ বাবে যোগ্যতাত পত্ৰ লাগিলেও
দেশচলোৱাৰ বাবে  সম্পুৰ্ণ মুক্ত

Leave a Reply

Your email address will not be published. Required fields are marked *