উৎসৱবোৰ ক্লাব
গাঁৱবোৰ নগৰ
গাড়ীবোৰ ঘৰ
ধ্বনিবোৰ ইকো
শব্দবোৰ হৈছে জব্দ
ভাষাটো হৈছে বেশ্যা
গছবোৰ প্লাষ্টিকৰ
চৰাইবোৰ ৰবৰৰ
হাতীবোৰ লাডেন হৈছে
মাউতবোৰে হৈছে কাৰ্লমাক্স
জন্তুবোৰক মানুহ হ’বলৈ নিদিবা
মানুহবোৰক জন্তু হ’বলৈ দিয়া !
ৰাশ্বেল চৌধুৰী
৬০০২০১১১৩৭