নুৰুল হুদাৰ একনায়কত্ববাদৰ প্ৰতি ক্ষুন্ন হৈ কংগ্ৰেছ দলৰ পৰা আজি আনুষ্ঠানিক ভাবে দল ত্যাগ কৰে মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানে।
ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ মোক্ষম আঘাত।
গড়াজান ফুটালজাৰ গাওঁ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ,সম্পাদকৰ দল ত্যাগ ।
গড়াজান ফুটালজাৰ গাওঁ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানে শতাধিক কংগ্ৰেছ কৰ্মী সহ কংগ্ৰেছ দলৰ পৰা আজি আনুষ্ঠানিক বাবে পদত্যাগ কৰে।
আব্দুল হান্নানে জনোৱা মতে ৰূপহীহাট সমষ্টিৰ বহু প্ৰবীণ কংগ্ৰেছ নেতা ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰি অসম জাতীয় পৰিষদ দলত যোগদান কৰিব।
জুৰীয়াৰ পৰা ৰেজাউল ইছলাম ।